
Guwahati : কা' প্ৰৱৰ্তনে অসম চুক্তিৰ ৫নং দফাক হত্যা কৰিছে: লুৰীণজ্যোতি গগৈ
Pointers by News Desk 14-Aug-2024
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কা' বিৰোধী জনগণ আৰু গণ আন্দোলনক তাচ্ছিল্য কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয় পৰিষদৰ
- কা' প্ৰৱৰ্তনে অসম চুক্তিৰ ৫নং দফাক হত্যা কৰিছে: লুৰীণজ্যোতি গগৈ
- কেৱল ভোট বেংকৰ স্বাৰ্থত বিজেপিয়ে নিজৰে দীৰ্ঘদিনীয়া দাবী আৰু প্ৰতিশ্ৰুতি ভংগ কৰিলে - লুৰীণজ্যোতি গগৈ
- জনগণৰ মনত কা'ৰ বিৰুদ্ধে থকা ক্ষোভক তাচ্ছিল্য কৰি মুখ্যমন্ত্ৰীয়ে জনগণৰ আৱেগক অপমান কৰিছে৷
- বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিত অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়

প্রাথমিকে ৩২ হাজার চাকরি বাতিল মামলা: নতুন বেঞ্চে শুনানি ২৮ এপ্রিল, জানাল হাই কোর্ট
Pointers by Shalini Ghosh 21-Apr-2025
- ২০২৩ সালের মে মাসে ৩২ হাজার প্রাথমিক শিক্ষক নিয়োগ বাতিলের নির্দেশ দিয়েছিলেন বিচারপতি অভিজিৎ গঙ্গোপাধ্যায়।
- বিচারপতি সৌমেন সেন ব্যক্তিগত কারণে মামলা থেকে সরে দাঁড়ানোয় শুনানি পিছিয়ে যায়, বেঞ্চ পরিবর্তন হয়।
- কলকাতা হাই কোর্ট জানিয়েছে, নতুন বেঞ্চে আগামী সোমবার, ২৮ এপ্রিল মামলার শুনানি হবে।
- মামলাকারীদের অভিযোগ, নিয়োগে দুর্নীতি হয়েছে এবং কম নম্বর পেয়েও অনেকে চাকরি পেয়েছেন।
- এসএসসি-র চাকরি বাতিলের মামলার রায়ের পর, এই মামলার শুনানিতে রাজ্যজুড়ে চরম উত্তেজনা।

असम खदान त्रासदी: पांच और शवों की बरामदगी के साथ सभी नौ खनिकों के शव मिले
Pointers by Khushbu Bareth 20-Feb-2025
- 6 जनवरी को उमरांगसो में नौ खनिक फंसे थे, 44 दिन बाद सभी शव मिले।
- पहले चार शव मिले थे, अब पांच और शवों को बरामद किया गया।
- जल निकासी के बाद खदान में पानी का स्तर कम होने से शव मिले।
- सेना, एनडीआरएफ और अन्य एजेंसियों ने बचाव अभियान में मदद की।
- मुख्यमंत्री हिमंत बिस्वा सरमा ने शवों की पहचान प्रक्रिया शुरू होने की जानकारी दी।

गौरव गोगोई ने हिमंता बिस्वा सरमा के आरोपों का किया मजाकिया जवाब
Pointers by Khushbu Bareth 13-Feb-2025
- असम के मुख्यमंत्री ने गौरव गोगोई की पत्नी पर ISI से संबंध होने का आरोप लगाया।
- गोगोई ने कहा, अगर उनकी पत्नी ISI एजेंट है, तो वह RAW एजेंट हैं।
- बीजेपी ने गोगोई की पत्नी के पाकिस्तान में काम करने और ब्रिटिश नागरिकता रखने पर सवाल उठाए।
- गोगोई ने आरोपों को चुनाव से पहले का 'मसाला' बताया और सरमा पर ध्यान भटकाने का आरोप लगाया।
- सरमा ने विदेशी पति/पत्नी वाले सांसदों के लिए नियम बदलने की मांग की।

ৰাজ্যত ডিচেম্বৰত হ’ব পঞ্চায়ত নিৰ্বাচন - মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
Pointers by News Desk 21-Aug-2024
- ৩১ আগষ্টৰ ভিতৰত পুনৰ গঠন কৰা হ’ব পঞ্চায়ত। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। ২০২৪ৰ ডিচেম্বৰৰ মাহত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।
- ৭ ছেপ্টেম্বৰৰ ভিতৰত পুনৰ গঠন কৰা হ’ব ব্লক
- মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হ’ব ৰাজনীতি মুক্ত
- পঞ্চায়ত নিৰ্বাচনত নাথাকে কোনো দলীয় চিহ্ন । পঞ্চায়ত নিৰ্বাচন লৈ শিলচৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- পঞ্চায়ত সভাপতি নিৰ্বাচিত কৰিব পঞ্চায়ত গোটৰ সদস্যসকলে -মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

আলফা(স্বাঃ)ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য
Pointers by News Desk 21-Aug-2024
- আলফা(স্বাঃ)ৰ প্ৰভাৱ অসমত আছে
- আলোচনাৰ প্ৰক্ৰিয়া চলি আছে : মুখ্যমন্ত্ৰী
- নিৰ্বাচনৰ পৰা মই কথা পতা নাই পৰেশ বৰুৱাৰ সৈতে - CM
- আগতে ১০ বা ১৫ দিনৰ মূৰত কথা পাতি থাকোঁ - CM
- তেওঁ আলোচনাৰ বাবে বিচাৰে সাৰ্বভৌমত্ব’ আজি যদি পৰেশ বৰুৱাই কয়, তেন্তে মই আজিয়ে আলোচনা কৰিম -CM